Latest News in Chabua (Local videos)
চাবুৱা: চাবুৱাৰ নৱনিৰ্মিত লোক নিৰ্মাণ গৃহ বিভাগৰ পৰিদৰ্শন ভৱন পৰিদৰ্শন কৰে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে
Chabua, Dibrugarh | Jul 3, 2025
arindram93
Follow
Share
Next Videos
চাবুৱা: ২০০ বছৰ গৰকা ৰহমৰীয়াৰ নতুনকৈ নিৰ্মাণ কৰা গডপাৰা সত্ৰৰ শুভ উদ্বোধন কৰে বিধায়ক বিনোদ হাজৰিকাই
arindram93
Chabua, Dibrugarh | Jun 27, 2025
চাবুৱা: বগৰীতলিয়াত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত শংকিত ২০ খনকৈ গাঁৱৰ ৰাইজ, প্ৰতিৰোধত ব্যৰ্থ জলসম্পদ বিভাগ
#jansamasya
arindram93
Chabua, Dibrugarh | Jun 26, 2025
চাবুৱা: চাবুৱা-লাহোৱাল সমষ্টিত বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰে চাবুৱা বিবাহ ভৱনত অনুষ্ঠিত হ'ল গুৰুত্বপূৰ্ণ সভা
usr509065
Chabua, Dibrugarh | Jun 25, 2025
চাবুৱা: চাবুৱা পানীতোলা ৰেল ষ্টেচনৰ সমীপত এজোপা গছত উঠি আত্মহননৰ চেষ্টা চলোৱা যুৱকক উদ্ধাৰ কৰিলে এছডিআৰএফৰ দলে
usr509065
Chabua, Dibrugarh | Jun 23, 2025
চাবুৱা: শ শ ৰাইজৰ উপস্থিতিত চাবুৱা বিধায়ক কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰিলে বিধায়ক বিনোদ হাজৰিকাই
usr509065
Chabua, Dibrugarh | Jun 16, 2025
চাবুৱা: চাবুৱাৰ ৰহমৰীয়াত ২ ছাগলী চোৰক গ্ৰেপ্তাৰ, উদ্ধাৰ ২টা ছাগলী
arindram93
Chabua, Dibrugarh | Jun 15, 2025
চাবুৱা: চাবুৱাৰ নৰ্থ বালিজান আৰু বগৰীতলিয়াত গৰাখহনীয়া পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী পিয়ুষ হাজৰিকাই
usr509065
Chabua, Dibrugarh | Jun 14, 2025
চাবুৱা: চাবুৱাৰ বালিজান নৰ্থ চাহ বাগিছাৰ ব্ৰহ্মপুত্ৰ নৈৰ গড়াখহনীয়াৰ স্থান পৰিদৰ্শন কৰে বিধায়ক পুণাকন বৰুৱাই
arindram93
Chabua, Dibrugarh | Jun 11, 2025
চাবুৱা: বগৰিতলীয়া আৰু বালিজানত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ বুজ লয় বিধায়ক বিনোদ হাজৰিকাই
arindram93
Chabua, Dibrugarh | Jun 11, 2025
চাবুৱা: বালিজানত অব্যাহত ব্ৰহ্মপুত্ৰ নৈৰ গড়াখহনীয়া, চাবুৱাৰ বিধায়কৰ নিৰ্দেশত খহনীয়াৰ স্থান পৰিদৰ্শন কৰে বিজেপিৰ কাৰ্যকতাই
arindram93
Chabua, Dibrugarh | Jun 10, 2025
চাবুৱা: চাবুৱাৰ নিজ কাৰ্যালয়ত বিধায়ক পুণাকন বৰুৱাৰ উপস্থিতিত বহু কেইগৰাকী মহিলাই যোগদান কৰে অগপ দলত
arindram93
Chabua, Dibrugarh | Jun 8, 2025
চাবুৱা: চাবুৱাৰ পানীতোলাত ড্ৰাগছসহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক আৰক্ষীৰ , জব্দ বহু আপত্তিজনক সামগ্ৰী
usr509065
Chabua, Dibrugarh | Jun 7, 2025
চাবুৱা: বিন্ধাকটাত চুৰি ছাগলীসহ তিনি চোৰক আটক, বিলাসী বাহনত ছাগলী চুৰ কৰি লৈ অহা সময়ত আৰক্ষীৰ জালত পৰে চোৰকেইটা
usr509065
Chabua, Dibrugarh | Jun 5, 2025
চাবুৱা: ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰৰ পলভঙা চাপৰিত আৱদ্ধ হৈ থকা ৪ গৰাকী ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰিলে SDRFৰ এটা দলে
usr509065
Chabua, Dibrugarh | Jun 2, 2025
চাবুৱা: ৩ দিন সন্ধানহীন সুমন মৰাণ ১ নং কৰ্দৈগুৰি গৃহত উপস্থিত হল বিধায়ক পোনাকণ বৰুৱা, বুজ ললে উদ্ধাৰ অভিযান
usr509065
Chabua, Dibrugarh | Jun 1, 2025
চাবুৱা: চাবুৱাৰ ৰহৰমীয়া ব্ৰহ্মপুত্ৰৰ মাজভাগত অৱস্থিত এটি চাপৰিত আবদ্ধ চাৰিজন, উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত প্ৰশাসনৰ
usr509065
Chabua, Dibrugarh | Jun 1, 2025
চাবুৱা: চাবুৱাৰ পুখুৰীজানত ভয়ংকৰ পৰিস্থিতি, মথাউৰিৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী,পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা
usr509065
Chabua, Dibrugarh | Jun 1, 2025
চাবুৱা: নাদুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা, এখন চলন্ত অ'টোৰ ওপৰত প্ৰকাণ্ড গছ পৰাত এজন নিহত, ৪জনৰ জন অৱস্থা অতি সংকটজনক
usr509065
Chabua, Dibrugarh | May 30, 2025
চাবুৱা: ৰাজ্যসভা নিৰ্বাচনত উজনিৰ অগপ নেতাক প্ৰাৰ্থীত্ব দিবলৈ চাবুৱাত দাবী আলফা সেনাধ্যক্ষৰ ভাতৃ তথা অগপৰ কে: নেতা বিমল বৰুৱাৰ
usr509065
Chabua, Dibrugarh | May 30, 2025
চাবুৱা: চাবুৱাৰ পানীতোলা ২ নম্বৰ লাইনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা, নগদ ধন সহ এজনক আটক চাবুৱা আৰক্ষীৰ
usr509065
Chabua, Dibrugarh | May 28, 2025
চাবুৱা: চাবুৱাৰ ৰহমৰীয়াত প্ৰধানমন্ত্ৰীৰ মনকী বাত অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক বিনোদ হাজৰিকাৰ
arindram93
Chabua, Dibrugarh | May 25, 2025
চাবুৱা: অপাৰেচন সিন্দুৰৰ সফলতাকলৈ লাহোৱালৰ ৰহমৰীয়াত ত্ৰিৰংগা যাত্ৰা বাহিৰ, বিধায়ক বিনোদ হাজৰিকাৰ অংশগ্ৰহণ
#OperationSindoor
arindram93
Chabua, Dibrugarh | May 25, 2025
চাবুৱা: চাবুৱাৰ কয়লাবাৰী ধুমধুমনী টিলাত মটক ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
arindram93
Chabua, Dibrugarh | May 25, 2025
চাবুৱা: চাবুৱাত অনুষ্ঠিত ২২৩ সংখ্যক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসত অংশগ্ৰহণ বিধায়ক পুণাকন বৰুৱাৰ
arindram93
Chabua, Dibrugarh | May 24, 2025
Load More
Contact Us
Your browser does not support JavaScript!