Latest News in Bokakhat (Local videos)
বোকাখাত: কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত ৰাং কুকুৰৰ উপস্থিতি ধৰা পৰাৰ পিচতেই কাজিৰঙাত কাজিৰঙা ডীএফঅ' ৰ মন্তব্য
Bokakhat, Golaghat | Jul 3, 2025
malobikabora1991
Follow
Share
Next Videos
বোকাখাত: মন্ত্ৰীৰ উচ্চ ৰক্তচাপ পৰীক্ষা সময়ত যন্ত্ৰ বিকলৰ পিচতেই শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত উপস্থিত বোকাখাট সম জিলা আয়ুক্ত
malobikabora1991
Bokakhat, Golaghat | Jul 2, 2025
বোকাখাত: কুৰুৱাবাহী ৰাজগড়ত উদ্ধাৰ এটা দুষ্প্ৰাপ্য গুঁই, ৰাইজে উদ্ধাৰ কৰি চমজাই দিয়ে বন বিভাগক
ud.news
Bokakhat, Golaghat | Jul 1, 2025
বোকাখাত: মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰা ঘটনাত জড়িত থকাৰ সন্দেহত বোকাখাতৰ ৪ কংগ্ৰেছ কৰ্মীক আটক, বোকাখাত থানাত সোধ-পোচ
ud.news
Bokakhat, Golaghat | Jul 1, 2025
বোকাখাত: গোসাঁইবাৰীত চাঞ্চল্যকৰ ঘটনা, বৃদ্ধ দম্পত্তিক পিষ্টলেৰে আক্ৰমণ, কলেজীয়া ছাত্ৰ অপহৰণৰ অভিযোগত বোকাখাত থানাত এজাহাৰ
ud.news
Bokakhat, Golaghat | Jul 1, 2025
বোকাখাত: 'গৰু মৰা মানুহে গৰুক লৈ প্ৰশ্ন কৰি আছে', কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপ কৰাত নুমলীগড়ত মুখ্যমন্ত্ৰীৰ মত
malobikabora1991
Bokakhat, Golaghat | Jun 30, 2025
বোকাখাত: গ্ৰেণেড বিস্ফোৰণত আহত জোৱানৰ স্বাস্থ্যৰ বুজ লৈ পুনৰ গুৱাহাটীত এবাৰ চেকআপ কৰা হ'ব বুলি বোকাখাতত মন্তব্য মুখ্যমন্ত্ৰীৰ
ud.news
Bokakhat, Golaghat | Jun 30, 2025
বোকাখাত: গীৰগাই বিতৰ্কৰ প্ৰসংগত বোকাখাতত ৩৭ নং ৰাষ্ট্ৰী ঘাইপথ অৱৰোধেৰে কংগ্ৰেছৰ প্ৰতিবাদ, যাতায়াত ব্যাহত
ud.news
Bokakhat, Golaghat | Jun 30, 2025
বোকাখাত: শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰজাবাৰীত চাহ শ্ৰমিক আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ সাব্যস্ত
malobikabora1991
Bokakhat, Golaghat | Jun 30, 2025
বোকাখাত: বোকাখাতত ক্ৰছ ফায়াৰিঙৰ ঘটনা,আঘাত প্ৰাপ্ত দুই বোকাখাটত গ্ৰেনেড বিস্ফোৰনত অভিযুক অভিযুক্ত
malobikabora1991
Bokakhat, Golaghat | Jun 30, 2025
বোকাখাত: বোকাখাতৰ পানবাৰীৰ গ্ৰেণেড বিস্ফোৰণস্থলী পৰিদৰ্শন ৰাজ্যৰ গৃহ ৰাজ্যিক মন্ত্ৰী ৰূপেশ গোৱালাৰ, সংগ দিয়ে আৰক্ষী অধীক্ষকে
ud.news
Bokakhat, Golaghat | Jun 29, 2025
বোকাখাত: বোকাখাটত বাপেকৰ ইটাৰ কোবত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত পুত্ৰক চিকিৎসালয়ত ভৰ্তি,আৰক্ষী উপস্থিত
malobikabora1991
Bokakhat, Golaghat | Jun 29, 2025
বোকাখাত: নুমলীগড়ত মুখ্যমন্ত্ৰী ভ্ৰমনসূচীৰ সন্দৰ্ভত বিভিন্ন স্থান পৰিদৰ্শন কৰি শোধনাগাৰৰ বিষয়া লগত মত বিনিময় মন্ত্ৰী অজন্তা নেওগৰ
malobikabora1991
Bokakhat, Golaghat | Jun 28, 2025
বোকাখাত: পানবাৰীৰ চি আৰ পি এফ কেম্পত গ্ৰেনেড বিস্ফোৰনৰ মূল অভিযুক্ত অংকুৰ দাসক গ্ৰেপ্তাৰ
malobikabora1991
Bokakhat, Golaghat | Jun 28, 2025
বোকাখাত: বিহৰাত ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ, সংকট জনক অৱস্থা এজনক JMCH লৈ প্ৰেৰণ
ud.news
Bokakhat, Golaghat | Jun 27, 2025
বোকাখাত: বোকাখাটৰ নাথুজান ডুবিত উপঙি থকা অৱস্থাত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ,আৰক্ষীৰ দল উপস্থিত
malobikabora1991
Bokakhat, Golaghat | Jun 27, 2025
বোকাখাত: বোকাজানত সংঘটিত শিশু ধৰ্ষণকাৰীৰ ফাঁচিৰ দাবীত বোকাখাতত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ,সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান
ud.news
Bokakhat, Golaghat | Jun 27, 2025
বোকাখাত: সন্ত্ৰাসবাদ বিয়পোৱা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হব বুলি কাজিৰঙাত মন্তব্য ডিজিপি হৰমিত সিঙৰ
ud.news
Bokakhat, Golaghat | Jun 27, 2025
বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ দ্বিতীয়টো বান, বানত প্লাৱিত আৰিমোৰা এলেকা, কঁহৰাত বান বৃদ্ধিৰ আশংকা কৰ্তৃপক্ষৰ
ud.news
Bokakhat, Golaghat | Jun 27, 2025
বোকাখাত: কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বগৰীজুৰিত হঠাৎ উভালি পৰিল প্ৰকাণ্ড গছ,কথমপি প্ৰাণ ৰক্ষা দুখন বাহনৰ দহ জনৰো অধিক যাত্ৰীৰ
malobikabora1991
Bokakhat, Golaghat | Jun 26, 2025
বোকাখাত: বোকাখাতত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আটক কৰা দুই যুৱকৰ পৰিয়ালৰ আৰক্ষী থানাত হাহাকাৰ, নিৰ্দোষী বুলি মন্তব্য
malobikabora1991
Bokakhat, Golaghat | Jun 26, 2025
বোকাখাত: বোকাখাটৰ ভকত চাপৰিৰ লগতে বিভিন্ন স্থানত ড্ৰামে ড্ৰামে দুই হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰা জব্দ
malobikabora1991
Bokakhat, Golaghat | Jun 25, 2025
বোকাখাত: বি ডি এম পথ,ঘোষপাৰা পথৰ মেৰামতি পৰিদৰ্শন জিলা আয়ুক্ত পুলক মহন্তৰ,ক্ৰুটি নথকাকৈ শীঘ্ৰে কাম সম্পন্ন কৰাৰ নিৰ্দেশ বিভাগক
malobikabora1991
Bokakhat, Golaghat | Jun 25, 2025
বোকাখাত: বছৰেকত ছয় মাহেই বুৰ গৈ থাকে কাজিৰঙাৰ দুৰ্গাপুৰ নামৰ অঞ্চলতো,পাচ শতাধিক ৰাইজৰ হাহাকাৰ
#jansamasya
malobikabora1991
Bokakhat, Golaghat | Jun 25, 2025
বোকাখাত: বোকাখাতৰ পাণবাৰীত CRPF CAMPত বিস্ফোৰণ, বিস্ফোৰণত আহত অসম আৰক্ষীৰ ৩ জোৱান
ud.news
Bokakhat, Golaghat | Jun 24, 2025
Load More
Contact Us
Your browser does not support JavaScript!