বঙাইগাঁও ভাগ: মাজনিশা দলাইগাঁৱত ভোট গণনা কেন্দ্ৰৰ সন্মুখত থকা হেজাৰ হেজাৰ ৰাইজক ছত্রভংগ দিয়ে আৰক্ষী অধীক্ষক মোহনলাল মীনাই
Bongaigaon Part, Bongaigaon | May 11, 2025
bngn_khobor
Follow
Share
Next Videos
মানকাচৰ: মান কাছৰ সমষ্টিৰ ভোট গননা লেহেমীয়া হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ জিলা বাৰ্তাজিৱীৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক
mokib786
Mankachar, South Salmara-Mankachar | May 11, 2025
বঙাইগাঁও ভাগ: উত্তৰ বইটামাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ৰাইজৰ দলৰ বিজয়ী প্ৰাৰ্থী জয়ধৰ নাথৰ বিপুল জয়ত ৰাইজৰ আনন্দ উল্লাস
bpranjal752
Bongaigaon Part, Bongaigaon | May 11, 2025
মানকাচৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দঃ শাঃ মানকাচৰ জিলাৰ হাটশিঙিমাৰীত অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোট গগনা
mokib786
Mankachar, South Salmara-Mankachar | May 11, 2025
চাপৰ ভাগ: চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা, তীব্ৰ বেগি বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত এজন পথচাৰী
bpranjal752
Chapar Part, Dhubri | May 11, 2025
মৰিগাঁও: ফলাফল বিচাৰি প্ৰাৰ্থী আৰু সমৰ্থনকাৰীৰ ভীৰ জাগীৰোড সমজিলাৰ ভোটগনণা স্থলিত
bpranjal752
Marigaon, Morigaon | May 11, 2025
বঙাইগাঁও ভাগ: গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি বঙাইগাঁও জিলাত ধুমুহা,বজ্ৰপাতৰ আৰু বতাহৰ বাবে হালধীয়া এলাৰ্ট
bpranjal752
Bongaigaon Part, Bongaigaon | May 11, 2025
মানকাচৰ: শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ আছে মানকাচৰ সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গননা, মাজনিশাও হাজাৰ হাজাৰ ৰাইজৰ ভীৰ
mokib786
Mankachar, South Salmara-Mankachar | May 11, 2025
পশ্চিম যোৰহাট: শান্তিপূৰ্ণ ভাৱে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা হৈছে যোৰহাটত , বাল্যভৱনৰ সমীপৰ কেন্দ্ৰত মন্তব্য আৰক্ষী অধীক্ষকৰ
priyanka1162
Jorhat West, Jorhat | May 11, 2025
পশ্চিম যোৰহাট: যোৰহাটৰ ভোট গণনা কেন্দ্ৰত বৰ্তমানলৈকে ভোট গণনা সম্পন্ন হৈছে ৩০ খন গাঁও পঞ্চায়তৰ
priyanka1162
Jorhat West, Jorhat | May 11, 2025
ধেমাজি: জিলা সদৰত অবস্থিত ভোট গণনা কেন্দ্ৰ পৰিদৰ্শন জিলা আয়ুক্ত , শান্তি শৃংখলা বজাই ভোট গণনা চলাবলৈ নিৰ্দেশ
gugamukhlive
Dhemaji, Dhemaji | May 11, 2025
গোলাঘাট: হিমন্তবিশ্ব শৰ্মাই কৰা উন্নয়নৰ ফল আজিৰ ফলাফল, বগৰিজেঙ ভোট গণনা কেন্দ্ৰত উপস্থিত মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ
ud.news
Golaghat, Golaghat | May 11, 2025
বিশ্বনাথ: ভোট গণনাৰ মাজেতে সামৰিখোৱাত সংঘটিত হল নিৰ্বাচনী হিংসা, সদৰ থানাত এজাহাৰ দাখিল
binitjha
Biswanath, Biswanath | May 11, 2025
ধেমাজি: গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই ধেমাজি জিলালৈ দিছে সতৰ্কবাণী, আগন্তুক ২৪ ঘণ্টা ভিতৰত জিলা খনত হব পাৰে বৰষুণ, বিজুলী
gugamukhlive
Dhemaji, Dhemaji | May 11, 2025
হোজাই: হোজাই সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ ভোটগণনা কেন্দ্ৰ সমূহ পৰিদর্শন হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ
prasanta98780
Hojai, Hojai | May 11, 2025
নগাঁও: ৰহাত ৯০% বিজেপি আৰু ১০% কংগ্ৰেছে দখল কৰিব পঞ্চায়ত,ৰহা মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত এই মন্তব্য বিধায়ক শশীকান্ত দাসৰ
bpranjal752
Nagaon, Nagaon | May 11, 2025
বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট গণনাৰ পৰিস্থিতিৰ বুজ লয় জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্তই
abdussubhan71
Balijana, Goalpara | May 11, 2025
ধুবুৰী ভাগ: পাকিস্তানক সমৰ্থন কৰি গৌৰীপুৰত আৰক্ষীৰ জালত এজন
dhubri_sangbad
Dhubri Part, Dhubri | May 11, 2025
নগাঁও: কলিয়াবৰত জখলাবন্ধা গাঁও পঞ্চায়তৰ ভোটগণনাত বিসংগতিৰ অভিযোগ এগৰাকী প্ৰাৰ্থীৰ , 55 খন বেলট পেপাৰ মিচিং
rosebhuyan
Nagaon, Nagaon | May 11, 2025
হোজাই: জিলা সদৰত হোজাই জিলাখনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাক লৈ মন্তব্য জিলা আযুক্তৰ
jitumonisaikia444
Hojai, Hojai | May 11, 2025
বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট গণনা অনুসৰি ১৪ জিলা পৰিষদৰ ৯ টাতNDA,৩ টাতAIUDF,১ টাত কংগ্ৰেছ আৰু এটাত নিৰ্দলীয়ৰ অগ্ৰগতি
abdussubhan71
Balijana, Goalpara | May 11, 2025
গোলাঘাট: বীৰ জোৱানসকলৰ মঙ্গল আৰু শ্বহীদ সুঁৱৰি গোলাঘাট বাটা পইণ্টত বন্তি প্ৰজ্বলন গোলাঘাট জিলা মহিলা সমিতিৰ
ud.news
Golaghat, Golaghat | May 11, 2025
কোকৰাঝাৰ ভাগ: "বডোফা ইউ এন ব্ৰহ্ম ছুপাৰ ৫০+ মিচন" ২০২৫-২৬ বৰ্ষক কোকৰাঝাৰ সদৰ পৰা গৈ গুৱাহাটীত উদ্ধোধন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ
kanakboro82
Kokrajhar Part, Kokrajhar | May 11, 2025
মঙলদৈ ভাগ: মঙলদৈ মহাবিদ্যালয়ৰ পঞ্চায়ত নিৰ্বাচনৰ গননা কক্ষত অঘটন, অচেতন হৈ বাগৰি পৰিল পাৰ্থী
debabrat915
Mangaldoi Part, Darrang | May 11, 2025
পূব ডিব্ৰুগড়: জিলা খনত শান্তিপূর্ণ আৰু নিয়াৰিকৈ সম্পন্ন পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, ডিব্ৰুগড় জিলা আয়ুক্তই প্ৰকাশ কৰে চূড়ান্ত তালিকা
arindram93
Dibrugarh East, Dibrugarh | May 11, 2025
Load More
Contact Us
Your browser does not support JavaScript!